DHONTOBAD MOHARAAJ LYRICS – NITUL DADHARA



[Lyrics of Dhontobad Moharaaj by Nitul Dadhara]

দেখিবলে দিলা চকু
ধন্যবাদ মহাৰাজ
কপিবলে দিলা বুকু
ধন্যবাদ মহাৰাজ

মন ৰজাই সভাসদক মাতিছে
মোৰ দেহাই ৰাণী লাগে বুলিছে

দেখিবলে দিলা চকু
ধন্যবাদ মহাৰাজ
কপিবলে দিলা বুকু
ধন্যবাদ মহাৰাজ

মন ৰজাই সভাসদক মতিছে
মোৰ দেহাই ৰাণী লাগে বুলিছে
সময় হল সলনি
মৰম হ’ল পুৰণি
বুলি যদি পাহৰি যা়ৱ
মই এৰিলেও মৰমে নেৰিব
নালগি লাগিব শাও
অযোধ্যাৰ ৰামচন্দ্ৰ সহিতে সীতাদেৱী
কৈলাশৰ শিৱ গোঁসাই
একাষত পাৰ্বতী যেনেকৈ
হবিনে মোৰ তেনেকৈ ইতি

তোকে লগে পালে মৰমহে কৰি চাম
খালে চুমাহে খাম তালৈকো কৰনে ভয় ?
আকৌ বোলে যুঁজলে কেৰেপো নকৰা
তই আজিৰ কনকলতা
কেনেকৈ মানি লম মই !
লাজুকী লতা হৈ
মোৰ বুকুত সোমাই লৈ

কেতিয়ানো পৰিবি জঁই ?
অযোধ্যাৰ ৰামচন্দ্ৰ সহিতে সীতাদেৱী
কৈলাশৰ শিৱ গোঁসাই
একাষত পাৰ্বতী যেনেকৈ
হবিনে মোৰ তেনেকৈ ইতি

অভিমানে কেলৈ মোক লাগিছে জুখিবলৈ
কিমান মৰম বুজিবি
আহিলেহে মোৰে হৈ
গাৰু লাগে কেলৈ তোক
শুৱামে দুবাহুত লৈ
উৰে ৰাতি মৰম দিম
কলিজাত নুজুৰাকৈ
লাজুকী লতা হৈ
মোৰ বুকুত সোমাই লৈ
কেতিয়ানো পৰিবি জঁই ?
অযোধ্যাৰ ৰামচন্দ্ৰ সহিতে সীতাদেৱী
কৈলাশৰ শিৱ গোঁসাই
একাষত পাৰ্বতী যেনেকৈ
হবিনে মোৰ তেনেকৈ ইতি


Dhontobad Moharaaj Lyrics by Nitul Dadhara is latest Assamese song voiced by him, its music is given by Bijoy Sankar. Lyrics of Dhontobad Moharaaj song is written by Sunit Gogoi. This is a popular song in USA.

This is the end of Dhontobad Moharaaj song lyrics by Nitul Dadhara. Please share it with your friends and family in United States. If you find any mistake in it please send correct one using contact us section.

Dhontobad Moharaaj Song Detail

Song Title Dhontobad Moharaaj
Singer(s) Nitul Dadhara
Musician(s) Bijoy Sankar
Lyricist(s) Sunit Gogoi